প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীয়ে আজি এছিয়ান পেৰা গেমছ, ২০২৬ৰ পুৰুষৰ হাইজাম্প T42/T63 প্ৰতিযোগিতাত সোণৰ পদক জয় কৰাৰ লগতে এক নতুন গেমছ অভিলেখ ৰচনাৰে চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়োৱাৰ বাবে শৈলেশ কুমাৰক অভিনন্দন জনায়।
শ্ৰীমোদীয়ে উল্লেখ কৰে যে এই সাফল্য হৈছে তেওঁৰ প্ৰতিভা, ধাৰাবাহিকতা আৰু নিষ্ঠাক প্ৰতিফলিত কৰা এক অসাধাৰণ সাফল্য। তেওঁ লগতে কয় যে শৈলেশ কুমাৰক লৈ সমগ্ৰ ভাৰতবৰ্ষ গৰ্বিত।
এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে উল্লেখ কৰে:
“শৈলেশ কুমাৰে ২০২৬ চনৰ এছিয়ান পেৰা গেমছৰ পুৰুষৰ হাইজাম্প T42/T63 প্ৰতিযোগিতাত সোণৰ পদক জয় কৰাৰ লগতে এক নতুন গেমছ অভিলেখ ৰচনাৰে এক সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছে! এয়া এক অসাধাৰণ সফলতা যিয়ে তেওঁৰ প্ৰতিভা, ধাৰাবাহিকতা আৰু সমৰ্পণক প্ৰতিফলিত কৰে। ভাৰতে তেওঁক লৈ গৌৰৱবোধ কৰে: প্ৰধানমন্ত্ৰী
Shailesh Kumar has delivered a magnificent performance in the Men’s High Jump T42/T63 event at the Asian Para Games 2026, winning Gold with an impressive jump and setting a new Games Record! This is a remarkable accomplishment that reflects his talent, consistency and dedication. India is proud of him: PM @narendramodi
— PMO India (@PMOIndia) October 22, 2026
***
MJPS/SS/PRK/DB
Shailesh Kumar has delivered a magnificent performance in the Men's High Jump T42/T63 event at the Asian Para Games 2026, winning Gold with an impressive jump and setting a new Games Record! This is a remarkable accomplishment that reflects his talent, consistency and dedication. India is proud of him: PM @narendramodi
— PMO India (@PMOIndia) October 22, 2026