Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ওনাম উপলক্ষ্যে দেশবাশীক শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰী


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ওনাম উপলক্ষে দেশবাশীক শুভেচ্ছা জ্ঞাপন কৰিছে।

 

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;

‘ইতিবাচকতা, প্ৰাণৱন্ততা, ভাতৃত্ববোধ আৰু সম্প্ৰীতিৰ সৈতে সম্পৰ্কিত ওনাম উৎসৱৰ এই বিশেষ মুহূৰ্তত দেশবাশীক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই সকলোৰে সুস্বাস্থ্য আৰু মংগলময় জীৱনৰ বাবে প্ৰাৰ্থনা জনাইছোঁ।’
 

****

DS/SH/KG