Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

কবি মুন্নাৱাৰ ৰাণাৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কবি শ্ৰী মুন্নাৱাৰ ৰাণাৰ বিয়োগত শোক প্ৰকাশ কৰে।

তেওঁ কয় যে উত্তৰ প্ৰদেশত জন্মগ্ৰহণ কৰা কবিগৰাকীয়ে উৰ্দু সাহিত্য আৰু কবিতাত যথেষ্ট অৱদান আগবঢ়াইছে।

প্ৰধানমন্ত্ৰীয়ে X ত পোষ্ট কৰিছেঃ

প্ৰধানমন্ত্ৰীয়ে কয়, “শ্ৰী মুনাৱৱাৰ ৰাণা জীৰ মৃত্যুত মই ব্যথিত হৈছো। তেওঁ উৰ্দু সাহিত্য আৰু কবিতাত যথেষ্ট অৱদান আগবঢ়াইছিল। তেওঁৰ পৰিয়াল আৰু গুণমুগ্ধসকললৈ সমবেদনা জনাইছো। তেওঁৰ আত্মাই শান্তি লাভ কৰক”।

DS/RT