পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সকলোৰে কল্যাণ, মংগল, সুৰক্ষা, শান্তি, প্রজ্ঞা আৰু সমৃদ্ধিৰ বাবে আশীৰ্বাদ বিচাৰি এটা সংস্কৃত সুভাশিতম শ্বেয়াৰ কৰে। এই সুভাশিতমত ভগৱান ইন্দ্ৰ, ভগৱান সূৰ্য, ভগৱান গৰু আৰু ভগৱান বৃহস্পতিৰ আশীৰ্বাদ কামনা কৰা হৈছে।
প্ৰধানমন্ত্ৰীয়ে এটা সংস্কৃত সুভাশিতম শ্বেয়াৰ কৰিছে –
“स्वस्ति न इन्द्रो वृद्धश्रवाः।
स्वस्ति नः पूषा विश्ववेदाः।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः।
स्वस्ति नो बृहस्पतिर्दधातु॥”
সুভাশিতমত এই বুলি কোৱা হৈছে যে ভগৱান ইন্দ্ৰই আমাৰ কল্যাণৰ বাবে আশীৰ্বাদ প্ৰদান কৰক। সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডৰ জ্ঞানী আৰু সকলোৰে ৰক্ষাকাৰী ভগৱান সূৰ্যই আমাৰ বাবে মংগল কঢ়িয়াই আনক। বাধাসমূহ আঁতৰ কৰা ভগৱান গৰুড়ে আমাক সকলোকে সুৰক্ষা প্ৰদান কৰক। জ্ঞানৰ প্ৰভু ভগৱান বৃহস্পতিয়ে আমাক শান্তি, প্রজ্ঞা আৰু সমৃদ্ধিৰ আশীৰ্বাদ প্ৰদান কৰক।
প্ৰধানমন্ত্ৰীয়ে এক্স-ত লিখিছে;
“स्वस्ति न इन्द्रो वृद्धश्रवाः।
स्वस्ति नः पूषा विश्ववेदाः।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः।
स्वस्ति नो बृहस्पतिर्दधातु॥”
स्वस्ति न इन्द्रो वृद्धश्रवाः।
स्वस्ति नः पूषा विश्ववेदाः।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः।
स्वस्ति नो बृहस्पतिर्दधातु॥ pic.twitter.com/L4fAFZBSGQ
— Narendra Modi (@narendramodi) September 10, 2026
***********
MJPS/SS/ST/NB
स्वस्ति न इन्द्रो वृद्धश्रवाः।
— Narendra Modi (@narendramodi) September 10, 2026
स्वस्ति नः पूषा विश्ववेदाः।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः।
स्वस्ति नो बृहस्पतिर्दधातु॥ pic.twitter.com/L4fAFZBSGQ