পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ফিলিপাইনছৰ ৰাষ্ট্ৰপতি ফাৰ্ডিনাণ্ড মাৰ্কোছ জুনিয়ৰে জনোৱা আন্তৰিক শুভেচ্ছাৰ বাবে তেওঁক ধন্যবাদ জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে দুয়োখন দেশৰ মাজত অব্যাহত যোগাযোগ আৰু সহযোগিতা অক্ষুণ্ণ ৰখাৰ লগতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক অধিক গভীৰ কৰাৰ বাবে পুনৰ প্ৰতিশ্ৰুতি প্ৰকাশ কৰে।
শ্ৰী মোদীয়ে এক্সত এনেদৰে লিখিছে—
“ৰাষ্ট্ৰপতি ফাৰ্ডিনাণ্ড মাৰ্কোছ জুনিয়ৰ, আপোনাৰ শুভেচ্ছাৰ বাবে ধন্যবাদ। ফিলিপাইনছৰ সৈতে থকা কৌশলগত অংশীদাৰিত্বক ভাৰতে গভীৰ মূল্য দিয়ে।দুয়োখন দেশৰ মাজত অব্যাহত যোগাযোগ আৰু সহযোগিতা অক্ষুণ্ণ ৰখাৰ লগতে আমাৰ বন্ধুত্ব অধিক গভীৰ কৰাৰ বাবে মই আগ্ৰহী।”
@bongbongmarcos
Thank you, President Ferdinand Marcos Jr., for your wishes.
India deeply values its Strategic Partnership with the Philippines. I look forward to our continued engagement and further deepening of the friendship between our nations.
@bongbongmarcos
— Narendra Modi (@narendramodi) October 7, 2026
****
MJPS/SS/VJ/DM
Thank you, President Ferdinand Marcos Jr., for your wishes. India deeply values its Strategic Partnership with the Philippines. I look forward to our continued engagement and further deepening of the friendship between our nations. @bongbongmarcos
— Narendra Modi (@narendramodi) October 7, 2026