Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

জন ধন যোজনাৰ পৰিবৰ্তনমূলক প্ৰভাৱৰ ওপৰত আলোকপাত প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা ১২ বছৰত প্ৰধানমন্ত্ৰী জন ধন যোজনাৰ অভূতপূৰ্ব পৰিসৰ আৰু পৰিবৰ্তনমূলক ফলাফলৰ ওপৰত আলোকপাত কৰে। শ্ৰী মোদীয়ে কয় যে জন ধন যোজনাৰ এক অতুলনীয় প্ৰভাৱ পৰিছে, যিয়ে সমগ্ৰ দেশতে বিত্তীয় অন্তৰ্ভুক্তিৰ অগ্ৰগতি আৰু জনসাধাৰণক সবলীকৰণত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছেঃ

অভূতপূৰ্ব পৰিসৰ আৰু পৰিবৰ্তনমূলক ফলাফল!

জন ধন যোজনাৰ এক অতুলনীয় প্ৰভাৱ পৰিছে।

#12YearsOfJanDhan

***

MJPS/SS/VJ/HS