পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী, শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এনডিএৰ সাংসদসকলৰ সৈতে ‘দ্য সবৰমতী ৰিপ’ৰ্ট’ ছবিখন উপভোগ কৰে।
এক্সৰ এটা পোষ্টত তেওঁ লিখেঃ
“‘দ্য সবৰমতী ৰিপ’ৰ্ট’ৰ প্ৰদৰ্শনীত এনডিএৰ সহযোগী সাংসদসকলৰ সৈতে যোগদান কৰিছিল।
ছবিখনৰ নিৰ্মাতাসকলক তেওঁলোকৰ প্ৰচেষ্টাৰ বাবে মই প্ৰশংসা কৰিছো।”
***
MJPS/SR/DB
Joined fellow NDA MPs at a screening of 'The Sabarmati Report.'
— Narendra Modi (@narendramodi) December 2, 2024
I commend the makers of the film for their effort. pic.twitter.com/uKGLpGFDMA