Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

নভৰোজ উপলক্ষ্যে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলে প্ৰধানমন্ত্ৰীয়ে


প্ৰধানমন্ত্ৰীয়ে নভৰোজত সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নভৰোজ, পাৰ্চী নৱবৰ্ষ উপলক্ষে্য সকলোকে শুভেচ্ছা জনায়।

 

প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে  পোষ্ট কৰিছে:

 

“পাৰ্চী নৱবৰ্ষৰ আৰম্ভণিতে উষ্ম শুভেচ্ছা! আমাৰ দেশলৈ  পাৰ্চীসকলৰ চিৰস্থায়ী অৱদানৰ বাবে আমি সকলোৱে গৌৰৱান্বিত। এই বছৰটোৱে সকলোৰে বাবে সুখ, সমৃদ্ধি আৰু সুস্বাস্থ্য কঢ়িয়াই আনক। নভৰোজ মুবাৰক!”

 

 

****

MJPS/SR