Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

নিউ অৰলিন্সত সংঘটিত কাপুৰুষালীপূৰ্ণ সন্ত্ৰাসবাদী আক্ৰমণক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ: প্ৰধানমন্ত্ৰী


 

নিউ অৰলিন্সত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক কাপুৰুষালী বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰীয়ে আজি ইয়াক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে।

 

‘এক্স’-ৰ এটা ‘পোষ্ট’ত, তেওঁ কয়:

 

“আমি নিউ অৰলিন্সত সংঘটিত কাপুৰুষোলীপূৰ্ণ সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। ভুক্তভোগী আৰু তেওঁলোকৰ পৰিয়ালবৰ্গলৈ আমি সমবেদনা জনোৱাৰ লগতে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। এই দুষ্কাৰ্যত আহতসকলৰ আশু আৰোগ্য কামনা কৰাৰ লগতে নিহতসকলৰ আত্মীয়সকলক এই বেদনা সহিব পৰাকৈ শক্তি প্ৰদান কৰিবলৈ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।”

 

*****

MJPS/SR/KB