Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

নৱৰোজত সকলোকে শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰীয়ে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নৱৰোজ উপলক্ষ্যে দেশবাসীলৈ  উষ্ম শুভেচ্ছা জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত লিখিছে:

“নৱৰোজৰ বিশেষ উপলক্ষ্যত শুভেচ্ছা জনাইছো।”

সমৃদ্ধি আৰু আনন্দৰে ভৰা এটা বছৰৰ বাবে প্ৰাৰ্থনা জনাইছো। সকলোৱে সুস্থ হৈ থাকক আৰু সকলো আকাংক্ষা বাস্তৱায়িত হওক।

নৱৰোজৰ শুভেচ্ছা  !”

 

***

MJPS/PRK/DM