পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পণ্ডিত দীনদয়াল উপাধ্যায়জীৰ জন্মজয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;
‘একাত্ম মানৱ দৰ্শনৰ ৰচয়িতা পণ্ডিত দীনদয়াল উপাধ্যায়জীক তেওঁৰ জন্ম জয়ন্তীত কোটি কোটি প্ৰণাম। ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে তেওঁ নিজৰ জীৱন উৎসৰ্গা কৰিছিল। তেওঁৰ চিন্তাধাৰাই দেশবাসীক সদায়ে অনুপ্ৰাণিত কৰিব।’
,
****
DS/SH/KG
एकात्म मानव दर्शन के प्रणेता पंडित दीनदयाल उपाध्याय जी को उनकी जयंती पर शत-शत नमन। उन्होंने राष्ट्र निर्माण में अपना जीवन समर्पित कर दिया। उनके विचार देशवासियों को सदैव प्रेरित करते रहेंगे।
— Narendra Modi (@narendramodi) September 25, 2021