Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

পাটনা বিমানবন্দৰত নতুন টাৰ্মিনেল নিৰ্মাণ বিহাৰৰ প্ৰগতিৰ বাবে এক সুন্দৰ খবৰঃ প্ৰধানমন্ত্ৰী


প্ৰধানমন্ত্ৰী, শ্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰিছে যে পাটনা বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱন বিহাৰৰ প্ৰগতিৰ বাবে এক ডাঙৰ খবৰ। শ্ৰী মোদীয়ে পাটনা বিমানবন্দৰৰ নতুন টাৰ্মিনেলৰ কিছু আভাসো শ্বেয়াৰ কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰে:
“পাটনা বিমানবন্দৰত আধুনিক টাৰ্মিনেল বিল্ডিং! বিহাৰৰ প্ৰগতিৰ বাবে এয়া এক সুন্দৰ খবৰ।”
নতুন টাৰ্মিনেলৰ কিছু আভাস দিয়া হ’ল।”

***
MJPS/VJ/AA