Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

পুণ্য তিথিত ডঃ শ্যামা প্ৰসাদ মুখাৰ্জীক স্মৰণ প্ৰধানমন্ত্ৰী


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ডঃ শ্যামা প্ৰসাদ মুখাৰ্জীক তেওঁৰ পুণ্য তিথিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;

“ডঃ শ্যামা প্ৰসাদ মুখাৰ্জীৰ পুণ্য তিথিত তেওঁক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। ভাৰতৰ একতা অটুত ৰখাৰ বাবে কৰা অতুলনীয় প্ৰচেষ্টাৰ বাবে তেওঁৰ ওচৰত প্ৰতিজন ভাৰতীয় ঋণী। ভাৰতৰ প্ৰগতিৰ বাবে তেওঁ কঠোৰ পৰিশ্ৰম কৰিছিল আৰু এখন শক্তিশালী আৰু সমৃদ্ধিশালী ৰাষ্ট্ৰৰ সপোন দেখিছিল। আমি তেওঁৰ সপোনবোৰ পূৰণ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।”

 

 ***

DS/SH/KG