পি এম ইণ্ডিয়া
পুৰুষৰ ব্যক্তিগত ইভেণ্টত ব্ৰঞ্জৰ পদক জয় কৰা তথা ভাৰতৰ হৈ এছিয়ান গেমছৰ ছফ্ট টেনিছত প্ৰথম পদক বিজয়ী জয় মীনাক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অভিনন্দন জনাই ইয়াক ভাৰতীয় ছফ্ট টেনিছৰ বাবে এক ঐতিহাসিক সাফল্য বুলি অভিহিত কৰে।
প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁৰ কৃতিত্বই ভাৰতত এই ক্ৰীড়াৰ বাবে এক স্মৰণীয় নতুন অধ্যায়ৰ সূচনা কৰিলে। তেওঁ আশা প্ৰকাশ কৰে যে এই পদকে আৰু বহুতো যুৱক-যুৱতীক ছফ্ট টেনিছৰ প্ৰতি আকৰ্ষণ কৰিবলৈ অনুপ্ৰাণিত কৰিব। প্ৰধানমন্ত্ৰীয়ে খেলুৱৈগৰাকীক তেওঁৰ ভৱিষ্যতৰ যাত্ৰাৰ বাবেও শুভেচ্ছা জ্ঞাপন কৰে।
এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে উল্লেখ কৰিছেঃ
‘ভাৰতীয় ছফ্ট টেনিছৰ বাবে এক ঐতিহাসিক সাফল্য!
পুৰুষৰ ব্যক্তিগত ইভেণ্টত ব্ৰঞ্জৰ পদক জয় কৰা তথা ভাৰতৰ হৈ এছিয়ান গেমছৰ ছফ্ট টেনিছত প্ৰথম পদক বিজয়ী জয় মীনাক অভিনন্দন জনাইছো। তেওঁৰ কৃতিত্বই ভাৰতত এই ক্ৰীড়াৰ বাবে এক স্মৰণীয় নতুন অধ্যায়ৰ সূচনা কৰিলে।
এই পদকে আৰু বহুতো যুৱক-যুৱতীক ছফ্ট টেনিছৰ প্ৰতি আকৰ্ষণ কৰিবলৈ অনুপ্ৰাণিত কৰিব। তেওঁৰ ভৱিষ্যতৰ যাত্ৰাৰ বাবেও শুভেচ্ছা জনাইছোঃ প্ৰধানমন্ত্ৰী @narendramodi ’
A historic achievement for Indian Soft Tennis!
Congratulations to Jay Meena on winning Bronze in the Men’s Individual event and becoming India’s first-ever Asian Games medallist in Soft Tennis. His achievement marks a memorable new chapter for the sport in India.
May this medal… pic.twitter.com/UMrKAyLrnY
— PMO India (@PMOIndia) September 23, 2026
****
MJPS/SS/PRK/HS