Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিলে লাডাখৰ লেফটেনেণ্ট গৱৰ্ণৰে


আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে লাডাখৰ লেফটেনেণ্ট গৱৰ্ণৰ শ্ৰী বিনয় কুমাৰ ছাক্সেনাই।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সত লিখিছে;

‘ লাডাখৰ লেফটেনেণ্ট গৱৰ্ণৰ শ্ৰী বিনয় কুমাৰ ছাক্সেনাই প্ৰধানমন্ত্ৰী  শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

@lg_ladakh”

 

***

MJPS/SS/ST/DM