Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীক সাক্ষাৎ জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপালৰ


নতুন দিল্লীত আজি জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল শ্ৰী মনোজ সিনহাই প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ এক্স পোষ্টত কয়;

“জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল শ্ৰী @manojsinha_ই প্ৰধানমন্ত্ৰী @narendramodiক সাক্ষাৎ কৰে।
@OfficeOfLGJandK”

******

MJPS/SS/ST/DB