পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেনেদৰে চিতা পুনৰুজ্জীৱিতকৰণৰ কাৰ্যসূচীয়ে বন্যপ্ৰাণী সংৰক্ষণৰ প্ৰতি আমাৰ দায়বদ্ধতাক প্ৰতিফলিত কৰিছে সেই বিষয়ে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ভূপেন্দৰ যাদৱে লিখা এটা লেখা শ্বেয়াৰ কৰিছে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে দেশত চিতাৰ বৃদ্ধি পোৱা সংখ্যা অত্যন্ত উৎসাহজনক।
শ্ৰী মোদীয়ে কয় যে, “ভাৰতত জন্মগ্ৰহণ কৰা মাইকী চিতাই পাঁচটা পোৱালি জন্ম দিয়াটোৱেই হৈছে চিতাই ভাৰতীয় পৰিৱেশৰ সৈতে সম্পূৰ্ণৰূপে নিজকে খাপ খুৱাই লোৱাৰ শক্তিশালী প্ৰমাণ।”
কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ভূপেন্দৰ যাদৱক উদ্দেশ্যে শ্ৰী মোদীয়ে কয় :
“দেশত ক্ৰমবৰ্ধমান চিতাৰ সংখ্যা অত্যন্ত উৎসাহজনক। ভাৰতত জন্মগ্ৰহণ কৰা মাইকী চিতাই পাঁচটা পোৱালি জন্ম দিয়াটোৱেই ভাৰতীয় পৰিবেশৰ লগত চিতা সম্পূৰ্ণৰূপে খাপ খাই পৰাৰ এক শক্তিশালী প্ৰমাণ।”
কেন্দ্ৰীয় মন্ত্ৰী ভূপেন্দৰ যাদৱে এই লেখাটোত ব্যাখ্যা কৰিছে যে চিতা স্থানান্তৰ কাৰ্যসূচীয়ে বন্যপ্ৰাণী সংৰক্ষণৰ প্ৰতি আমাৰ দায়বদ্ধতাৰ দিশটোকে প্ৰদৰ্শন কৰিছে।”
देश में चीतों की बढ़ती आबादी बेहद उत्साहजनक है। भारत में जन्मी एक मादा चीता द्वारा पांच शावकों को जन्म देना इस बात का सशक्त प्रमाण है कि चीते भारतीय वातावरण में पूरी तरह रच-बस चुके हैं। केंद्रीय मंत्री @byadavbjp जी ने अपने इस आलेख में बताया है कि कैसे चीता पुनर्वास कार्यक्रम… https://t.co/07sJ1gc8pQ
— PMO India (@PMOIndia) December 4, 2025
***
MJPS/VJ/DM