Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে শান্তি আৰু সন্তুষ্টিৰ ওপৰত গুৰুত্ব আৰোপকাৰী সংস্কৃত সুভাষিতম শ্বেয়াৰ কৰে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শান্তি আৰু সন্তুষ্টিৰ ওপৰত গুৰুত্ব আৰোপকাৰী এটি সংস্কৃত সুভাষিতম শ্বেয়াৰ কৰেঃ

“शान्तितुल्यं तपो नास्ति न सन्तोषात् परं सुखम्।

न तृष्णायाः परो व्याधिर्न च धर्मो दयापरः।।”

এই সুভাষিতমৰ অৰ্থ এয়ে যে শান্তিতকৈ কোনো মহান প্ৰচেষ্টা নাই, সন্তুষ্টিতকৈ কোনো পৰম আনন্দ নাই, লোভতকৈ কোনো বেয়া ৰোগ নাই আৰু কৰুণাতকৈ কোনো মহান কৰ্তব্য নাই।

প্ৰধানমন্ত্ৰীয়ে এক্স-ত এইদৰে লিখিছে;

“शान्तितुल्यं तपो नास्ति न सन्तोषात् परं सुखम्।

न तृष्णायाः परो व्याधिर्न च धर्मो दयापरः।।”

***

MJPS/VJ/SB