Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ৰাষ্ট্ৰীয় সমৰ স্মাৰকত বীৰ জোৱানসকলক শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ

ৰাষ্ট্ৰীয় সমৰ স্মাৰকত বীৰ জোৱানসকলক শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ


২০২৬ চনৰ গণৰাজ্য দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ ৰাষ্ট্ৰীয় সমৰ স্মাৰকত দেশবাসীৰ বাবে প্ৰাণ আহুতি দিয়া বীৰ জোৱানসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ এক্স পোষ্টত কয়;

‘ৰাষ্ট্ৰীয় সমৰ স্মাৰক’ত প্ৰধানমন্ত্ৰী @narendramodiয়ে আমাৰ দেশৰ বাবে প্ৰাণ আহুতি দিয়া সাহসী জোৱানসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।”

******

MJPS/ST/DB