Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীৰ ৰোজগাৰ মেলাৰ অধীনত নিযুক্তি পত্ৰ বিতৰণৰ সময়ত দিয়া ভাষণৰ আভাস শ্বেয়াৰ

প্ৰধানমন্ত্ৰীৰ ৰোজগাৰ মেলাৰ অধীনত নিযুক্তি পত্ৰ বিতৰণৰ সময়ত  দিয়া ভাষণৰ আভাস শ্বেয়াৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰোজগাৰ মেলাৰ অধীনত নিযুক্তি পত্ৰ বিতৰণৰ সময়ত তেওঁ দিয়া ভাষণৰ আভাস শ্বেয়াৰ  কৰে।

এক্সৰ এলানি পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;

 ‘দেশ আৰু বিশ্বত যুৱক-যুৱতীসকলৰ বাবে নতুন নতুন সুযোগ সৃষ্টি কৰাটো আমাৰ ধাৰাবাহিক প্ৰয়াস। আজি ভাৰত এনিমেচন আৰু ডিজিটেল মিডিয়াৰ দৰে বহুতো ক্ষেত্ৰতবিশ্বৰ এক কেন্দ্ৰবিন্দু হৈ পৰিছে, য’ত আমাৰ যুৱ সতীৰ্থসকলে নতুন সুযোগ লাভ কৰিছে’।

 

‘উৎপাদন, ইলেক্ট্ৰনিকছ, বাহন আৰু ঔষধ নিৰ্মাণৰ দৰে ক্ষেত্ৰত আজি এক শক্তি কেন্দ্ৰত পৰিণত হোৱাৰ ফলত ভাৰতৰ ওপৰত বিশ্বৰ বিশ্বাস বৃদ্ধি পাইছে। এইবোৰেও যুৱক-যুৱতীসকলৰ বাবে বহুতো নতুন সুযোগ সৃষ্টি কৰিছে’।

 

 

‘আজি, শ্ৰমিক আৰু কৰ্মচাৰীসহ সকলোৱে দেশত চলি থকা ৰিফৰ্ম এক্সপ্ৰেছৰ পৰা যথেষ্ট লাভান্বিত হৈছে। এই গতি অব্যাহত ৰাখিবলৈ মোৰ ফালৰ পৰা এক বিশেষ অনুৰোধ….’।

 

****

MJPS/ST/MK