Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ফলাফলৰ তালিকাঃ প্ৰধানমন্ত্ৰীৰ জৰ্ডান ভ্ৰমণ

ফলাফলৰ তালিকাঃ প্ৰধানমন্ত্ৰীৰ জৰ্ডান ভ্ৰমণ


বুজাবুজিৰ চুক্তি (MoU)/ চুক্তি

1. নতুন আৰু নবীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰত কাৰিকৰী সহযোগিতাৰ বুজাবুজিৰ চুক্তি (MoU)

2. জলসম্পদ ব্যৱস্থাপনা আৰু উন্নয়নৰ ক্ষেত্ৰত সহযোগিতা সন্দৰ্ভত বুজাবুজিৰ চুক্তি (MoU)

3. পেট্ৰা আৰু ইলোৰাৰ মাজত টুইনিং চুক্তি

4. ২০২৫-২০২৯ বৰ্ষৰ বাবে সাংস্কৃতিক বিনিময় কাৰ্য্যক্ৰমৰ নবীকৰণ

5. ডিজিটেল ৰূপান্তৰৰ বাবে জনসংখ্যাৰ পৰিসৰত ৰূপায়িত সফল ডিজিটেল সমাধানৰ আদান-প্ৰদানৰ ক্ষেত্ৰত সহযোগিতাৰ উদ্দেশ্য পত্ৰ (Letter of Intent)

****

MJPS/SR/SB