পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰীয়ে বিহাৰৰ নালন্দা জিলাত পদপিষ্ট ঘটনাৰ ফলত প্ৰাণ হেৰুওৱা ঘটনাক লৈ দুখ প্ৰকাশ কৰিছে। এই শোকাৱহ ঘটনাত যিসকল লোকে তেওঁলোকৰ আত্মীয়-স্বজনক হেৰুৱালে তেওঁলোকৰ প্ৰতি সমবেদনা জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীয়ে আহতসকলৰ আশু আৰোগ্য কামনা কৰি প্ৰাৰ্থনা জনায়।
প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজি (পিএমএনআৰএফ)ৰ অধীনত প্ৰতিগৰাকী মৃত ব্যক্তিৰ নিকাত্মীয়ৰ বাবে ২ লাখকৈ আৰু আহতসকলক ৫০,০০০ টকা প্ৰদানৰ কথা ঘোষণা কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্স পোষ্টত কয়ঃ
‘বিহাৰৰ নালন্দা জিলাত সংঘটিত দুৰ্ঘটনাটো অতি বেদনাদায়ক।যিসকল লোকে আপোনজনক হেৰুৱাইছে তেওঁলোকৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো।আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছো।
পিএমএনআৰএফৰ অধীন প্ৰতিজন মৃতকৰ নিকাত্মীয়ক ২ লাখ টকাকৈ দিয়া হ’ব। আহতসকলক ৫০,০০০ টকাকৈ দিয়া হ’বঃ প্ৰধানমন্ত্ৰী @narendramodi”
The mishap in Nalanda district, Bihar, is deeply painful. I extend my condolences to those who have lost their loved ones. Prayers for the speedy recovery of those injured.
An ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. The injured…
— PMO India (@PMOIndia) March 31, 2026
***
MJPS/VJ/DB