Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ভগৱান মহাবীৰৰ বাৰ্তাত এক আচৰিত প্ৰেৰণা নিহিত হৈ আছে বুলি এক সংস্কৃত হিতোপ্ৰদেশ শ্বেয়াৰ কৰে প্ৰধানমন্ত্ৰীয়ে


প্ৰধানমন্ত্ৰীয়ে কয় যে সত্য, সম্প্ৰীতি, সদ্ভাৱ আৰু সমতাৰ ওপৰত আধাৰিত ভগৱান মহাবীৰৰ বাৰ্তাসমূহত এক সুন্দৰ প্ৰেৰণা আছে। “তেওঁৰ মহান চিন্তাধাৰা সদায়েই মানৱতাৰ পথ প্ৰদৰ্শক হৈ থাকিব”, শ্ৰী মোদীয়ে কয়।

প্ৰধানমন্ত্ৰীয়ে এটা সংস্কৃত হিতো্প্ৰদেশ শ্বেয়াৰ কৰে-

“श्रूयतां धर्मसर्वस्वं श्रुत्वा चैवावधार्यताम्।

आत्मनः प्रतिकूलानि परेषां न समाचरेत्॥”

এক্সত প্ৰধানমন্ত্ৰীয়ে লিখে;

সততা, সম্প্ৰীতি, সদ্ভাৱ আৰু সমতাৰ ওপৰত আধাৰিত ভগৱান মহাবীৰৰ বাৰ্তাসমূহৰ মাজত এক সুন্দৰ প্ৰেৰণা আছে। তেওঁৰ মহান চিন্তাধাৰা সদায়েই মানৱতাৰ পথ প্ৰদৰ্শক হৈ থাকিব।

श्रूयतां धर्मसर्वस्वं श्रुत्वा चैवावधार्यताम्।

आत्मनः प्रतिकूलानि परेषां न समाचरेत्॥”

***

MJPS/VJ/DB