Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ব্যক্তিগত শ্ৰেষ্ঠ থ্ৰ’ অৰ্জনৰ বাবে নীৰজ চোপ্ৰাক অভিনন্দন প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দোহা ডাইমণ্ড লীগ ২০২৫ত নীৰজ চোপ্ৰাক ৯০ মিটাৰ জেভেলিন থ্ৰ’ৰে ব্যক্তিগত  শ্ৰেষ্ঠত্ব অৰ্জন কৰাৰ বাবে অভিনন্দন জনাইছে।

এক্স হেণ্ডেলত এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে লিখেঃ

“এক উল্লেখযোগ্য কৃতিত্ব! দোহা ডাইমণ্ড লীগ ২০২৫ত ৯০ মিটাৰ জেভেলিন থ্ৰ’ৰে ব্যক্তিগত  শ্ৰেষ্ঠত্ব অৰ্জন কৰাৰ বাবে নীৰজ চোপ্ৰাক অভিনন্দন জনাইছোঁ। এয়া তেওঁৰ অদম্য নিষ্ঠা, নিয়মানুৱৰ্তিতা আৰু আবেগৰ ফল। তেওঁৰ প্ৰদৰ্শনত ভাৰত আনন্দিত আৰু গৌৰৱান্বিত।”

@Neeraj_chopra1

***

MJPS/VJ/DB