Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

সৎ চৰিত্ৰ আৰু আচৰণত গুৰুত্ব আৰোপ কৰি সংস্কৃত সুভাশিতম শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সৎ চৰিত্ৰ আৰু আচৰণত গুৰুত্ব আৰোপ কৰি এটা সংস্কৃত সুভাশিতম শ্বেয়াৰ কৰেঃ

“ज्ञानवांश्च तथा वाग्मी कर्मस्वपि च निष्ठितः।

एवं युक्तोऽपि न श्रेयान् यदि शीलविवर्जितः॥”

ইয়াত এইবুলি কোৱা হৈছে যে যিগৰাকী ব্যক্তি জ্ঞানী আৰু বাকপটু তথা সৎ চৰিত্ৰ- আচৰণৰ সৈতে সম্পৰ্কিত তেওঁ প্ৰকৃতাৰ্থত এগৰাকী সজ ব্যক্তি।

প্ৰধানমন্ত্ৰীয়ে এক্স-ত পোষ্ট কৰিছেঃ

ज्ञानवांश्च तथा वाग्मी कर्मस्वपि च निष्ठितः।

एवं युक्तोऽपि न श्रेयान् यदि शीलविवर्जितः॥

***

MJPS/SS/VJ/NB