Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ভাৰতীয় দবা খেলুৱৈসকলক অভিনন্দন প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৪৬ সংখ্যক ফিডে দবা অলিম্পিয়াডত সফলতা লাভ কৰা ভাৰতীয় দবা খেলুৱৈসকলক অভিনন্দন জনাইছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁলোকৰ উৎসাহ আৰু সংকল্প দৃষ্টান্তমূলক। শ্ৰী মোদীয়ে লগতে আশা প্ৰকাশ কৰে যে এই সফলতাসমূহে আৰু অধিক যুৱক-যুৱতীক দবা খেলিবলৈ তথা এই খেলত উৎকৰ্ষতা অৰ্জন কৰিবলৈ অনুপ্ৰাণিত কৰিব।

এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে শ্বেয়াৰ কৰিছেঃ

‘আমাৰ দবা খেলুৱৈসকলক অভিনন্দন! তেওঁলোকৰ উৎসাহ আৰু সংকল্প দৃষ্টান্তমূলক।

এই সফলতাসমূহে আৰু অধিক যুৱক-যুৱতীক দবা খেলিবলৈ তথা এই খেলত উৎকৰ্ষতা অৰ্জন কৰিবলৈ অনুপ্ৰাণিত কৰিব।’

 

****

MJPS/SS/PRK/HS