পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘উন্নয়নৰ বাবে প্ৰযুক্তিৰ ৯ বছৰ’ সন্দৰ্ভত প্ৰবন্ধ, ভিডিঅ’, গ্ৰাফিক্স আৰু অন্তৰ্দৃষ্টি ভাগ বতৰা কৰে।
প্ৰধানমন্ত্ৰীয়ে তেওঁৰ টুইটত কয়:
“ভাৰতে শাসনত বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ আৰু সেৱা প্ৰদানউন্নত কৰাৰ বাবে প্ৰযুক্তি গ্ৰহণ কৰিছে। প্ৰযুক্তিয়ে মানুহৰ জীৱনত দক্ষতাৰ লগতে সুবিধা ও আনিছে। ই ডিজিটেল ভাৱে শক্তিশালী ভাৰত গঢ়ি তোলাৰ প্ৰচেষ্টাও বৃদ্ধি কৰিছে। #9YearsOfTechForGrowth”
India embraced technology to revolutionise governance and uplift service delivery. Technology has brought efficiency and convenience to the lives of people. It also enhanced efforts to build a digitally empowered India. #9YearsOfTechForGrowth https://t.co/4tKtxKJ5dx
— Narendra Modi (@narendramodi) June 9, 2023
*****