Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ভাৰতে শাসনত বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ আৰু সেৱা প্ৰদান উন্নত কৰাৰ বাবে প্ৰযুক্তিক গ্ৰহণ কৰিছে: প্ৰধানমন্ত্ৰী


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘উন্নয়নৰ বাবে প্ৰযুক্তিৰ  বছৰ’ সন্দৰ্ভত প্ৰবন্ধ, ভিডিঅ’, গ্ৰাফিক্স আৰু অন্তৰ্দৃষ্টি ভাগ বতৰা কৰে।

প্ৰধানমন্ত্ৰীয়ে তেওঁৰ টুইটত কয়:

“ভাৰতে শাসনত বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ আৰু সেৱা প্ৰদানউন্নত কৰাৰ বাবে প্ৰযুক্তি গ্ৰহণ কৰিছে। প্ৰযুক্তিয়ে মানুহৰ জীৱনত দক্ষতাৰ লগতে সুবিধা  আনিছে।  ডিজিটেল ভাৱে শক্তিশালী ভাৰত গঢ়ি তোলাৰ প্ৰচেষ্টাও বৃদ্ধি কৰিছে।  #9YearsOfTechForGrowth”

*****