পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৭ জানুৱাৰী,২০২২ত প্ৰথমবাৰ্ষিক ভাৰত-মধ্য এছিয়া ভাৰ্চুৱেল সন্মিলন সম্বোধন কৰে, য’ত কাজাখস্তান, কিৰ্গিজ গণৰাজ্য, তাজিকিস্তান, তুৰ্কমেনিস্তান আৰু উজবেকিস্তানৰ ৰাষ্ট্ৰপতিয়ে অংশ লয়। ভাৰত আৰু মধ্য এছিয়ান দেশৰ মাজত কৌশলগত সম্পৰ্ক স্থাপনৰ ৩০সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে প্ৰথমবাৰৰ বাবে ভাৰত-মধ্য এছিয়া সন্মিলনৰ আয়োজন কৰা হৈছে।
সন্মিলনত প্ৰধানমন্ত্ৰী মোদী আৰু মধ্য এছিয়াৰ নেতাসকলে ভাৰত আৰু মধ্য এছিয়াৰ সম্পৰ্কক নতুন উচ্চতালৈ নিয়াৰ দিশত বিভিন্ন আলোচনাত মিলিত হয়। প্ৰতি ২বছৰৰ মূৰে মূৰে এই সন্মিলন আয়োজন কৰিবলৈ নেতাসকলে এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰে। তেওঁলোকে বৈদেশিক মন্ত্ৰী, বাণিজ্যিক মন্ত্ৰী, সাংস্কৃতিক মন্ত্ৰী আৰু সুৰক্ষা পৰিষদৰ সচিবসকলৰ মাজত নিয়মীয়া বৈঠক আয়োজন কৰিবলৈও সহমতত উপনীত হয়।
নেতাসকলে বাণিজ্য, যোগাযোগ, উন্নয়ন সহযোগিতা, প্ৰতিৰক্ষা আৰু সুৰক্ষাৰ লগতে সাংস্কৃতিক দিশত আদান-প্ৰদান বৃদ্ধি কৰাৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে লগতে মধ্য এছিয়াৰ নেতাসকলৰ সৈতে আফগানিস্তানৰ বৰ্তমানৰ পৰিস্থিতিক লৈ আলোচনাত মিলিত হয়। নেতাসকলে শান্তিপূৰ্ণ, নিৰাপদ আৰু সুস্থিৰ আফগানিস্তানৰ বাবে শক্তিশালী সহযোগিতাৰ প্ৰতিশ্ৰুতি দিয়ে।
***
DS/SH/MS
Addressing the India-Central Asia Summit. https://t.co/HMhScJGI15
— Narendra Modi (@narendramodi) January 27, 2022
भारत और Central Asia देशों के डिप्लोमेटिक संबंधों ने 30 सार्थक वर्ष पूरे कर लिए हैं।
— PMO India (@PMOIndia) January 27, 2022
पिछले तीन दशकों में हमारे सहयोग ने कई सफलताएं हासिल की हैं।
और अब, इस महत्वपूर्ण पड़ाव पर, हमें आने वाले सालों के लिए भी एक महत्वकांक्षी vision परिभाषित करना चाहिए: PM @narendramodi
क्षेत्रीय सुरक्षा के लिए हम सभी की चिंताएं और उद्देश्य एक समान हैं। अफगानिस्तान के घटनाक्रम से हम सभी चिंतित हैं।
— PMO India (@PMOIndia) January 27, 2022
इस सन्दर्भ में भी हमारा आपसी सहयोग, क्षेत्रीय सुरक्षा और स्थिरता के लिए और महत्वपूर्ण हो गया है: PM @narendramodi
आज की summit के तीन प्रमुख उद्देश्य हैं।
— PMO India (@PMOIndia) January 27, 2022
पहला, यह स्पष्ट करना कि भारत और Central Asia का आपसी सहयोग क्षेत्रीय सुरक्षा और समृद्धि के लिए अनिवार्य है: PM @narendramodi
भारत की तरफ से मैं यह स्पष्ट करना चाहूँगा कि Central Asia is central to India’s vision of an integrated and stable extended neighbourhood: PM @narendramodi
— PMO India (@PMOIndia) January 27, 2022
दूसरा उद्देश्य, हमारे सहयोग को एक प्रभावी structure देना है।
— PMO India (@PMOIndia) January 27, 2022
इससे विभिन्न स्तरों पर, और विभिन्न stakeholders के बीच, regular interactions का एक ढांचा स्थापित होगा।
और, तीसरा उद्देश्य हमारे सहयोग के लिए एक महत्वकांक्षी roadmap बनाना है: PM @narendramodi