Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

মধ্য প্ৰদেশৰ ৰেৱাত সংঘটিত এটা দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ বাবে প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মধ্যপ্ৰদেশৰ ৰেৱাত সংঘটিত এটা দুৰ্ঘটনাৰ ফলত হোৱা প্ৰাণহানিত গভীৰ শোক প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীয়ে প্ৰিয়জনক হেৰুওৱাসকললৈ সমবেদনা জ্ঞাপন কৰে আৰু আহতসকলৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰে।

এক্স-ৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে শ্বেয়াৰ কৰিছেঃ   

‘মধ্যপ্ৰদেশৰ ৰেৱাত এটা দুৰ্ঘটনাৰ ফলত হোৱা প্ৰাণহানি দুখজনক। মোৰ সমবেদনা তেওঁলোকৰ সৈতে আছে যিসকলে তেওঁলোকৰ প্ৰিয়জনক হেৰুৱাইছে। আহতসকলৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছোঁ: প্ৰধানমন্ত্ৰী @narendramodi’

***

MJPS/SS/PRK/MK