Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

মহিলা নেতৃত্বাধীন উন্নয়ন সম্পৰ্কীয় প্ৰবন্ধ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে লিখা এখন প্ৰবন্ধ শ্বেয়াৰ কৰিছে।

প্ৰবন্ধটোত কোৱা হৈছে যে ভাৰতৰ উন্নয়নৰ কাহিনী নাৰীৰ উন্নয়নৰ পৰা নাৰী নেতৃত্বাধীন উন্নয়নলৈ স্থানান্তৰিত হৈছে। ইয়াত আলোকপাত কৰা হৈছে যে এছ টি ই এম, গৱেষণা আৰু উদ্ভাৱনত বৰ্ধিত অংশগ্ৰহণৰ সৈতে নাৰী শক্তিয়ে বিকশিত ভাৰতৰ যাত্ৰাক শক্তিশালী কৰিছে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্স-ত লিখিছে;

“কেন্দ্ৰীয় শিক্ষামন্ত্ৰী Shri @dpradhanbjp -এ লিখিছে যে ভাৰতৰ উন্নয়নৰ কাহিনী নাৰীৰ উন্নয়নৰ পৰা নাৰী নেতৃত্বাধীন উন্নয়নলৈ স্থানান্তৰিত হৈছে। এছ টি ই এম, গৱেষণা আৰু উদ্ভাৱনত বৰ্ধিত অংশগ্ৰহণৰ সৈতে নাৰী শক্তিয়ে বিকশিত ভাৰতৰ যাত্ৰাক শক্তিশালী কৰিছে। ”

 

****

MJPS/ST/HS