পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মেক ইন ইণ্ডিয়া পদক্ষেপৰ একাদশ বৰ্ষপূৰ্তি উপলক্ষে ভাৰতৰ অৰ্থনৈতিক পৰিৱেশ আৰু ঔদ্যোগীকৰণৰ পৰিস্থিতিতন্ত্ৰত ইয়াৰ পৰিৱৰ্তনশীল প্ৰভাৱক লৈ আনন্দ প্ৰকাশ কৰে। শ্ৰী মোদীয়ে ভাৰতীয় উদ্যোগীসকলক মেক ইন ইণ্ডিয়াই প্ৰদান কৰা প্ৰেৰণা আৰু ইয়াৰ বৈশ্বিক প্ৰভাৱৰ প্ৰশংসা কৰে।
MyGovIndiaৰ এটা এক্স পোষ্টৰ সঁহাৰি জনাই শ্ৰী মোদীয়ে লিখেঃ
“১১ বছৰ পূৰ্বে আজিৰ দিনটোতে ভাৰতৰ বিকাশ ত্বৰান্বিত কৰাৰ লগতে আমাৰ দেশৰ ঔদ্যোগীকৰণৰ সম্ভাৱনাক সদ্ব্যৱহাৰ কৰাৰ লক্ষ্যৰে মেক ইন ইণ্ডিয়া পদক্ষেপ আৰম্ভ কৰা হৈছিল।”
#11YearsOfMakeInIndia-এ অৰ্থনৈতিক শক্তি বৃদ্ধি আৰু আত্মনিৰ্ভৰশীলতাৰ ভেটি স্থাপন কৰাত কেনেদৰে অৰিহণা যোগাইছে সেয়া দেখি আনন্দিত হৈছো। ই সকলো খণ্ডতে উদ্ভাৱন আৰু চাকৰি সৃষ্টিক উৎসাহিত কৰিছে।”
তেওঁ কয় যে মেক ইন ইণ্ডিয়াই ভাৰতীয় উদ্যোগীসকলক উৎসাহিত কৰিছে, যাৰ ফলত বৈশ্বিক প্ৰভাৱ পৰিছে।
#11YearsOfMakeInIndia”
11 years ago on this day, the Make in India initiative was launched with a vision to add momentum to India’s growth and tap into our nation’s entrepreneurial potential.
It is gladdening to see how #11YearsOfMakeInIndia has contributed to furthering economic strength and laying… https://t.co/YuUKR45MDi
— Narendra Modi (@narendramodi) September 25, 2025
***
MJPS/SR/DB