Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

মৰ্যাদা আৰু বিনয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মৰ্যাদা আৰু বিনয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰি এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰিছে ৷

“वत्सराजोऽपि तं प्राप्तं प्रदत्तोपायनं नृपम्।

प्रीत्या सम्मानयामास शूरा हि प्रणतिप्रियाः॥”

এই শ্লোকটোৱে আনক মৰ্যাদা সহকাৰে আদৰণি জনোৱা আৰু ওচৰ চপাসকলক বিনয়েৰে সন্মান জনোৱাৰ মহান পৰম্পৰাৰ ওপৰত আলোকপাত কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছেঃ

वत्सराजोऽपि तं प्राप्तं प्रदत्तोपायनं नृपम्।

प्रीत्या सम्मानयामास शूरा हि प्रणतिप्रियाः॥

****

MJPS/SS/VJ/HS