Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

যুৱ আধ্যাত্মিক সন্মিলনে কেনেদৰে ড্ৰাগছমুক্ত ভাৰত গঢ়ি তোলাৰ ক্ষেত্ৰত এক ডাঙৰ পদক্ষেপ গ্ৰহণ কৰে সেই বিষয়ে আলোকপাত কৰা এটা প্ৰৱন্ধ শ্বেয়াৰ কৰিলে প্ৰধানমন্ত্ৰীয়ে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এটা প্ৰৱন্ধ শ্বেয়াৰ কৰে, য’ত যুৱ আধ্যাত্মিক সন্মিলনে কেনেকৈ ড্ৰাগছমুক্ত ভাৰত গঢ়াৰ এক বৃহৎ পদক্ষেপ চিহ্নিত কৰে সেই বিষয়ে আলোকপাত কৰা হৈছে।

কেন্দ্ৰীয় মন্ত্ৰী ড° মনসুখ মাণ্ডবিয়াই এক্সত দিয়া এটা পোষ্টৰ উত্তৰত শ্ৰী মোদীয়ে কয়ঃ

“যুৱ আধ্যাত্মিক সন্মিলনে কেনেকৈ ড্ৰাগছমুক্ত ভাৰত গঢ়ি তোলাৰ এক ডাঙৰ পদক্ষেপ চিহ্নিত কৰে সেই বিষয়ে বিশদভাৱে কৈছে কেন্দ্ৰীয় মন্ত্ৰী ড০ @mansukhmandviyaই। আপোনালোকেও পঢ়ক!”

 

*****

MJPS/SR