Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

শ্বহীদ দিৱসত ধৰ্তি আবা ভগৱান বিৰচা মুণ্ডালৈ শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্বহীদ দিৱস উপলক্ষে ধৰ্তি আবা ভগৱান বিৰচা মুণ্ডালৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে তেওঁ জল, অৰণ্য আৰু ভূমিৰ সুৰক্ষাৰ বাবে বিদেশী শাসনৰ বিৰুদ্ধে এক অদম্য সাহসেৰে যুঁজ দিছিল।

শ্ৰী মোদীয়ে কয় যে তেওঁৰ সমগ্ৰ জীৱন জনজাতীয় সমাজৰ আত্মসন্মান, সংস্কৃতি আৰু অধিকাৰ সুৰক্ষাৰ বাবে উৎসৰ্গিত আছিল। প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে প্ৰকাশ কৰে যে মাতৃভূমিৰ বাবে সৰ্বস্ব ত্যাগ কৰাৰ তেওঁৰ এই কাহিনীয়ে দেশৰ প্ৰতিটো প্ৰজন্মৰ বুকুত দেশপ্ৰেমৰ সঞ্চাৰ কৰি থাকিব।

প্ৰধানমন্ত্ৰীয়ে এক্সৰ পোষ্টত কয়ঃ

“ধৰ্তি আবা ভগৱান বিৰচা মুণ্ডাৰ শ্বহীদ দিৱসত তেওঁক কোটি কোটি প্ৰণাম জনাইছো। তেওঁ জল, অৰণ্য আৰু ভূমিৰ সুৰক্ষাৰ বাবে বিদেশী শাসনৰ বিৰুদ্ধে এক অদম্য সাহসেৰে সংগ্ৰাম কৰিছিল। তেওঁৰ সমগ্ৰ জীৱন জনজাতীয় সমাজৰ আত্মসন্মান, সংস্কৃতি আৰু অধিকাৰ সুৰক্ষাৰ বাবে উৎসৰ্গিত আছিল। মাতৃভূমিৰ বাবে সৰ্বস্ব ত্যাগ কৰাৰ তেওঁৰ এই কাহিনীয়ে দেশৰ প্ৰতিটো প্ৰজন্মৰ বুকুত দেশপ্ৰেমৰ সঞ্চাৰ কৰি থাকিব।”

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্বহীদ দিৱস উপলক্ষে ধৰ্তি আবা ভগৱান বিৰচা মুণ্ডালৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে তেওঁ জল, অৰণ্য আৰু ভূমিৰ সুৰক্ষাৰ বাবে বিদেশী শাসনৰ বিৰুদ্ধে এক অদম্য সাহসেৰে যুঁজ দিছিল। শ্ৰী মোদীয়ে কয় যে তেওঁৰ সমগ্ৰ জীৱন জনজাতীয় সমাজৰ আত্মসন্মান, সংস্কৃতি আৰু অধিকাৰ সুৰক্ষাৰ বাবে উৎসৰ্গিত আছিল। প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে প্ৰকাশ কৰে যে মাতৃভূমিৰ বাবে সৰ্বস্ব ত্যাগ কৰাৰ তেওঁৰ এই কাহিনীয়ে দেশৰ প্ৰতিটো প্ৰজন্মৰ বুকুত দেশপ্ৰেমৰ সঞ্চাৰ কৰি থাকিব। প্ৰধানমন্ত্ৰীয়ে এক্সৰ পোষ্টত কয়ঃ “ধৰ্তি আবা ভগৱান বিৰচা মুণ্ডাৰ শ্বহীদ দিৱসত তেওঁক কোটি কোটি প্ৰণাম জনাইছো। তেওঁ জল, অৰণ্য আৰু ভূমিৰ সুৰক্ষাৰ বাবে বিদেশী শাসনৰ বিৰুদ্ধে এক অদম্য সাহসেৰে সংগ্ৰাম কৰিছিল। তেওঁৰ সমগ্ৰ জীৱন জনজাতীয় সমাজৰ আত্মসন্মান, সংস্কৃতি আৰু অধিকাৰ সুৰক্ষাৰ বাবে উৎসৰ্গিত আছিল। মাতৃভূমিৰ বাবে সৰ্বস্ব ত্যাগ কৰাৰ তেওঁৰ এই কাহিনীয়ে দেশৰ প্ৰতিটো প্ৰজন্মৰ বুকুত দেশপ্ৰেমৰ সঞ্চাৰ কৰি থাকিব।” 

***

MJPS/SS/PRK/DB