Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

শ্ৰীলংকাত হোৱা ভয়াবহ বোমা বিস্ফোৰণক প্ৰধানমন্ত্ৰীৰ গৰিহণা


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰীলংকাত হোৱা ভয়াবহ বোমা বিস্ফোৰণৰ ঘটনাক নিন্দা জনাইছে৷

‘‘শ্ৰীলংকাত এনে ভয়াবহ বিস্ফোৰণ সংঘটিত কৰা কাণ্ডক তীব্ৰ গৰিহণা দিছো৷ আমাৰ সমাজত এনে ক্ৰুৰতাৰ স্থান নাই৷ শ্ৰীলংকাৰ জনতাৰ দুখত ভাৰত সমভাগী হৈছে৷ এই কাণ্ডত প্ৰাণ হেৰুওৱাসকল তথা আঘাতপ্ৰাপ্তসকলৰ পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো,’’ প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়৷

******

AKT/SH/MANN