Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

সুৰক্ষামূলক বান্ধোনৰ ওপৰত গুৰুত্ব আৰোপ কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰক্ষা (সুৰক্ষামূলক বান্ধোন/সূতা)ৰ শুভ শক্তি আৰু আশীৰ্বাদৰ ওপৰত আলোকপাত কৰি এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰিছেঃ

“एष प्रभावो रक्षायाः कथितस्ते युधिष्ठिर।

जयदः सुखदश्चैव पुत्रारोग्यधनप्रदः॥”

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছেঃ

एष प्रभावो रक्षायाः कथितस्ते युधिष्ठिर।

जयदः सुखदश्चैव पुत्रारोग्यधनप्रदः॥

***

MJPS/SS/VJ/HS