Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে ব্ৰাজিলৰ ভাৰতীয় সমাজক তেওঁলোকে জনোৱা উষ্ম আদৰণিৰ বাবে প্ৰশংসা কৰে

প্ৰধানমন্ত্ৰীয়ে ব্ৰাজিলৰ ভাৰতীয় সমাজক তেওঁলোকে জনোৱা উষ্ম আদৰণিৰ বাবে প্ৰশংসা কৰে


 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰিঅ’ ডি জেনেইৰ’ত তেওঁক জনোৱা   উষ্ম আদৰণিৰ বাবে ব্ৰাজিলৰ ভাৰতীয় সমাজক  প্ৰশংসা কৰে। শ্ৰী মোদীয়ে কয় যে  এয়া সঁচাকৈয়ে আচৰিত কথা যে তেওঁলোকে ভাৰতীয় সংস্কৃতিৰ সৈতে  সংপৃক্ত হৈ আছে আৰু ভাৰতৰ উন্নয়নকলৈয়ো  অতি আবেগিক । শ্ৰী মোদীয়ে তেওঁক জনোৱা  আদৰণিৰ কিছু আভাস দাঙি ধৰে।

এক্সৰ পোষ্ট এটাত প্ৰধানমন্ত্ৰীয়ে কয়;

 

“ব্ৰাজিলৰ ভাৰতীয় সম্প্ৰদায়ৰ সদস্যসকলে ৰিঅ’ ডি জেনেইৰ’ত অতি উষ্ম আদৰণি জনায়। এয়া সঁচাকৈয়ে আচৰিত কথা যে তেওঁলোকে ভাৰতীয় সংস্কৃতিৰ সৈতে সংযুক্ত হৈ আছে আৰু ভাৰতৰ উন্নয়নকলৈয়ো  অতি আবেগিক ! আদৰণিৰ কিছু আভাস ইয়াত দিয়া হ’ল…”

 

***

MJPS/ST/DM