Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

কেৰেলাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰী ভিএছ অচ্যুতানন্দনৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেৰেলাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰী ভিএছ অচ্যুতানন্দনৰ মৃত্যুত শোক প্ৰকাশ কৰে।

 

এক্সৰ এটা পোষ্টত তেওঁ কয় –

 

“কেৰালাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰী ভিএছ অচ্যুতানন্দন জীৰ মৃত্যুত অত্যন্ত দুখ অনুভৱ কৰিছো।  তেওঁ নিজৰ জীৱনৰ বহু বছৰ জনসেৱা আৰু কেৰালাৰ প্ৰগতিৰ বাবে উৎসৰ্গা কৰিছিল।আমি দুয়োগৰাকীয়ে  নিজৰ নিজৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়ত আমাৰ মাজত  হোৱা মত-বিনিময়ৰ কথা মনত পেলাইছো।এই দুখৰ সময়ত মোৰ ভাৱনা তেওঁৰ পৰিয়াল আৰু সমৰ্থকসকলৰ সৈতে আছে।”

*****

MJPS/SR