Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

সকলোকে ঈদ-উল-ফিতৰ শুভেচ্ছা জ্ঞাপন কৰিলে প্ৰধানমন্ত্ৰীয়ে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ঈদ-উল-ফিতৰ উপলক্ষ্যে সকলোকে  আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত লিখিছে:

“ঈদ-উল-ফিতৰৰ শুভেচ্ছা। আজিৰ দিনটোত চৌদিশে ভাতৃত্ববোধ আৰু সদয়ৰ মনোভাব অধিক বিয়পি পৰক। সকলোৱে সুখী আৰু সুস্থ হৈ থাকক।“

ঈদ মোবাৰক!”

***

MJPS/PRK/DM