পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পদ্ম বঁটা প্ৰদান অনুষ্ঠানৰ কিছু আভাস শ্বেয়াৰ কৰে।
প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে অনুষ্ঠানটো গৌৰৱ, কৃতজ্ঞতা আৰু অনুপ্ৰেৰণাৰে ভৰি পৰিছিল কিয়নো সমাজ আৰু ৰাষ্ট্ৰলৈ আগবঢ়োৱা ব্যতিক্ৰমী অৱদানৰ বাবে বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলক সন্মানিত কৰা হৈছিল।
শ্ৰী মোদীয়ে উল্লেখ কৰে যে ভাৰতৰ শক্তি এনে অসাধাৰণ ব্যক্তিসকলৰ ওপৰত নিৰ্ভৰ কৰে, যাৰ কৰ্মই আমাৰ সামূহিক যাত্রাক সমৃদ্ধ কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্স–ত এলানি পোষ্ট কৰেঃ
‘আজি পদ্ম বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত আছিলো। সমাজ আৰু আমাৰ ৰাষ্ট্ৰলৈ আগবঢ়োৱা ব্যতিক্ৰমী অৱদানৰ বাবে বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলক সন্মানিত কৰাৰ ফলত অনুষ্ঠানটো গৌৰৱ, কৃতজ্ঞতা আৰু অনুপ্ৰেৰণাৰে ভৰি পৰিছিল।
@PadmaAwards”
‘ভাৰতৰ শক্তি এনে অসাধাৰণ ব্যক্তিসকলৰ ওপৰত নিৰ্ভৰ কৰে যাৰ কৰ্মই আমাৰ সামূহিক যাত্ৰাক সমৃদ্ধ কৰে।
ইয়াত পদ্ম বঁটা প্ৰদান অনুষ্ঠানৰ আৰু কিছু আভাস দিয়া হৈছে।
@PadmaAwards”
‘প্ৰতিগৰাকী পদ্ম বঁটা বিজয়ীয়ে এক অনুপ্ৰেৰণামূলক জীৱন যাত্ৰা কৰিছে। চৰকাৰী পদ্ম বঁটা ইনষ্টাগ্ৰাম পৃষ্ঠাত তেওঁলোকৰ কিছুমান আকৰ্ষণীয় প্ৰচেষ্টাৰ ওপৰত আলোকপাত কৰা হৈছে। এবাৰ চাওক।
Attended the Padma Awards ceremony today. The ceremony was filled with pride, gratitude and inspiration as distinguished personalities from diverse fields were honoured for their exceptional contributions to society and our nation.@PadmaAwards pic.twitter.com/aai7H47JKK
— Narendra Modi (@narendramodi) May 25, 2026
***
MJPS/SS/PRK/MK

India’s strength lies in such remarkable individuals whose work enriches our collective journey.
— Narendra Modi (@narendramodi) May 25, 2026
Here are some more glimpses from the Padma ceremony.@PadmaAwards pic.twitter.com/2pRVmYKxEI
Every Padma awardee has had an inspiring life journey. The official Padma Awards Instagram page highlights some of their fascinating efforts. Do have a look. https://t.co/5VNRTaK2IC
— Narendra Modi (@narendramodi) May 25, 2026