পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰি কয় যে প্ৰজ্ঞাই সমাজৰ সৈতে সম্প্রীতিৰে জীয়াই থকাৰ কলা শিকায়। তেওঁ কয় যে জ্ঞানে প্রজ্ঞা আৰু সমৃদ্ধি প্ৰদান কৰে, হৃদয়ক আনন্দৰে ভৰাই তোলে আৰু ব্যক্তি এজনৰ মৰ্যাদা বৃদ্ধি কৰে।
প্ৰধানমন্ত্ৰীয়ে এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰিছে-
“उपदिशति लोकवृत्तं वितरति वित्तं विनोदयति चित्तम्।
उत्तम्भयति महत्त्वं विद्या हृद्या सुराजसेवेव॥”
এই হিতোপদেশে প্ৰকাশ কৰিছে যে প্ৰজ্ঞাই সমাজৰ সৈতে সম্প্রীতিৰে জীয়াই থকাৰ কলা শিকায়। ই জ্ঞান আৰু সমৃদ্ধি প্ৰদান কৰে, হৃদয়ক আনন্দেৰে ভৰাই তোলে, আৰু ব্যক্তি এজনৰ মৰ্যাদা বৃদ্ধি কৰে। সেয়েহে, প্রজ্ঞা সুশাসনৰ সেৱাৰ দৰে মূল্যৱান, হৃদয়ৰ দ্বাৰা প্ৰিয়, আৰু জীৱনক উন্নত কৰা এক শক্তি।
প্ৰধানমন্ত্ৰীয়ে এক্সত লিখিছে;
“उपदिशति लोकवृत्तं वितरति वित्तं विनोदयति चित्तम्।
उत्तम्भयति महत्त्वं विद्या हृद्या सुराजसेवेव॥”
उपदिशति लोकवृत्तं वितरति वित्तं विनोदयति चित्तम्।
उत्तम्भयति महत्त्वं विद्या हृद्या सुराजसेवेव॥ pic.twitter.com/aGyBAeszzx
— Narendra Modi (@narendramodi) September 9, 2026
************
MJPS/SS/ST/HS
उपदिशति लोकवृत्तं वितरति वित्तं विनोदयति चित्तम्।
— Narendra Modi (@narendramodi) September 9, 2026
उत्तम्भयति महत्त्वं विद्या हृद्या सुराजसेवेव॥ pic.twitter.com/aGyBAeszzx