পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহালয়া উপলক্ষে দেশবাসীক আন্তৰিক শুভেচ্ছা জনাইছে। প্ৰধানমন্ত্ৰীয়ে সমাজত সুখ, সহানুভূতি আৰু আশাৰ সঞ্চাৰ কৰিবলৈ মা দুৰ্গাৰ আশীৰ্বাদ বিচাৰি প্ৰাৰ্থনা কৰাৰ লগতে সকলোৰে সুস্বাস্থ্য, শান্তি আৰু সমৃদ্ধি কামনা কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সৰ পোষ্টত লিখেঃ
“শুভ মহালয়া! মা দুৰ্গাৰ আশীৰ্বাদ প্ৰাৰ্থনা কৰিছোঁ। মাৰ আশীৰ্বাদে আমাৰ সমাজখনক সুখ, সহমৰ্মিতা আৰু আশাৰে পৰিপূৰ্ণ কৰি তোলক। চৌদিশে শান্তি আৰু সমৃদ্ধি বিৰাজ কৰক।”
Shubho Mahalaya!
We seek the blessings of Maa Durga. May the blessings fill our society with happiness, compassion and hope. May there be peace and prosperity all around.
শুভ মহালয়া!
মা দুর্গার আশীর্বাদ প্রার্থনা করছি। মায়ের আশীর্বাদ আমাদের সমাজকে সুখ, সহমর্মিতা এবং আশায় পূর্ণ করুক। চতুর্দিকে শান্তি ও সমৃদ্ধি বিরাজ করুক।
— Narendra Modi (@narendramodi) October 10, 2026
***
MJPS/SS/VJ/DB
Shubho Mahalaya! We seek the blessings of Maa Durga. May the blessings fill our society with happiness, compassion and hope. May there be peace and prosperity all around. শুভ মহালয়া! মা দুর্গার আশীর্বাদ প্রার্থনা করছি। মায়ের আশীর্বাদ আমাদের সমাজকে সুখ, সহমর্মিতা এবং আশায় পূর্ণ করুক। চতুর্দিকে শান্তি ও সমৃদ্ধি বিরাজ করুক।
— Narendra Modi (@narendramodi) October 10, 2026