Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

লোকনায়ক জয়প্ৰকাশ নাৰায়ণৰ জন্মবাৰ্ষিকীত প্ৰধানমন্ত্ৰীৰ প্ৰণাম


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লোকনায়ক জয়প্ৰকাশ নাৰায়ণৰ জন্মবাৰ্ষিকীত প্ৰধানমন্ত্ৰীৰ প্ৰণাম জনায়।

এক বাৰ্তাত তেওঁ কয়, “শ্ৰদ্ধাৰ লোকনায়ক জয়প্ৰকাশ ডাঙৰীয়া জন্ম বাৰ্ষিকীত মই প্ৰণাম জনাইছো। তেওঁৰ অদম্য সাহ আৰু ন্যায়পৰায়ণতা প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে সদায় প্ৰেৰণা হৈ ৰ’ব”।

*****

AKT/AK/DB