Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

জালিৱানাৱালাবাগ হত্যাকাণ্ডত নিহত শ্বহীদসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলী জ্ঞাপন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জালিৱানাৱালাবাগ হত্যাকাণ্ডত নিহত শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘আজি আমি জালিৱানাৱালাবাগৰ নৃশংস হত্যাকাণ্ডৰ শতবৰ্ষ বাৰ্ষিকী উদযাপন কৰিবলৈ লোৱাৰ মুহূৰ্তত ভাৰতে সেই হত্যাকাণ্ডত নিহত শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে৷ তেওঁৰ সাহস আৰু ত্যাগ কেতিয়াও বিস্মৃতিৰ গৰ্ভত লীন নাযায়৷ শ্বহীদসকলৰ স্মৃতিৰ দ্বাৰা তেওঁলোক গৌৰৱান্বিত হোৱা ভাৰত নিৰ্মাণ কৰাৰ বাবে আমি কঠোৰ পৰিশ্ৰম কৰিবলৈ উৎসাহিত হও৷’’

*****

AKT/KP/MANN