পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত ভাৰতীয় বিমান প্ৰাধিকৰণৰ তিনিটা বিমানবন্দৰ ক্ৰমে আহমেদাবাদ, লক্ষ্ণৌ আৰু মাংগালুৰুক উচ্চ নিবিদাকাৰী মেচাৰ্চ আদানী এণ্টাৰপ্ৰাইজেজ লিমিটেডত ৰাজহুৱা ব্যক্তিগত সহযোগিতা (পিপিপি) ব্যৱস্থাৰ জৰিয়তে পৰিচালনা, ব্যৱস্থাপনা আৰু উন্নয়নৰ বাবে নিৰ্দিষ্ট চৰ্তৰ ৫০ বছৰৰ বাবে লীজত দিয়াৰ প্ৰস্তাৱত অনুমোদন জনায়৷
প্ৰভাৱঃ
এই প্ৰকল্পসমূহে
These projects will bring efficiency in delivery, expertise, enterprise and professionalism apart from harnessing the needed investments in the public sector. This will also result in enhanced revenues to the AAI, which may lead to further investment by AAI at Tier II and Tier III cities and economic development in these areas in terms of job creation and related infrastructure.
*****
AKT/PK/SH/DB