পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অৰ্জুন ৰাম মেঘৱালৰ এটা প্ৰবন্ধ শ্বেয়াৰ কৰে য’ত ড০ আম্বেদকাৰে ন্যায়, মৰ্যাদা আৰু আত্মনিৰ্ভৰশীলতাৰ ওপৰত আধাৰিত ভাৰতৰ কিছুমান প্ৰাৰম্ভিক আৰু অতি প্ৰভাৱশালী অৰ্থনৈতিক ধাৰণাক কেনেদৰে গঢ় দিছিল সেই বিষয়ে উল্লেখ আছে।
এক্স-ত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে পোষ্ট কৰে:
কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী @arjunrammeghwal য়ে ড০ আম্বেদকাৰে ন্যায়, মৰ্যাদা আৰু আত্মনিৰ্ভৰশীলতাৰ ওপৰত আধাৰিত ভাৰতৰ কিছুমান প্ৰাৰম্ভিক আৰু প্ৰভাৱশালী অৰ্থনৈতিক ধাৰণাক কেনেদৰে গঢ় দিছিল সেই বিষয়ে বিশদভাৱে বৰ্ণনা কৰে।
Union Minister Shri @arjunrammeghwal elaborates on how Dr. Ambedkar shaped some of India’s earliest and most impactful economic ideas rooted in justice, dignity and self-reliance.https://t.co/M1nNCSU0W8
via NaMo App pic.twitter.com/aR5k9nVyt2
— PMO India (@PMOIndia) April 16, 2025
***
MJPS/SR/MK
Union Minister Shri @arjunrammeghwal elaborates on how Dr. Ambedkar shaped some of India's earliest and most impactful economic ideas rooted in justice, dignity and self-reliance.https://t.co/M1nNCSU0W8
— PMO India (@PMOIndia) April 16, 2025
via NaMo App pic.twitter.com/aR5k9nVyt2