পি এম ইণ্ডিয়া
|
১. |
হাইড্ৰ’গ্ৰাফীৰ ক্ষেত্ৰত ভাৰতীয় নৌসেনা আৰু মালদ্বীপৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা বাহিনীৰ মাজত সহযোগিতামূলক বুজাবুজি চুক্তি |
বিজয় গোখলে, বিদেশ সচিব |
উজা, মাৰিয়া আহমেদ দিদি, প্ৰতিৰক্ষা মন্ত্ৰী |
|
2. |
ভাৰত চৰকাৰ আৰু মালদ্বীপ চৰকাৰৰ মাজত স্বাস্থ্য খণ্ডৰ সহযোগিতামূলক বুজাবুজি চুক্তি |
সঞ্জয় সুধীৰ, ভাৰতীয় ৰাষ্ট্ৰদূত |
আব্দুল্লা আমীন, স্বাস্থ্য মন্ত্ৰী |
|
3. |
ভাৰত চৰকাৰৰ জাহাজ পৰিবহণ মন্ত্ৰালয় আৰু মালদ্বীপৰ পথ পৰিবহণ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয় মাজত সাগৰেদি যাত্ৰী আৰু সামগ্ৰী সৰবৰাহ সেৱা শুভাৰম্ভ কৰাৰ ক্ষেত্ৰত বুজাবুজি চুক্তি |
সঞ্জয় সুধীৰ, ভাৰতীয় ৰাষ্ট্ৰদূত |
আইসাথ নাহুলা, পথ পৰিবহণ আৰু অসামৰিক বিমান পৰিবহণ মন্ত্ৰী |
|
4. |
ভাৰতৰ প্ৰত্যক্ষ কৰ আৰু আবকাৰীৰ কেন্দ্ৰীয় বোৰ্ড আৰু মালদ্বীপৰ আবকাৰী সেৱাত আবকাৰী সক্ষমতা বৃদ্ধিত সহযোগিতামূলক বুজাবুজি চুক্তি |
সঞ্জয় সুধীৰ, ভাৰতীয় ৰাষ্ট্ৰদূত |
আহমেদ নুমান, আবকাৰীৰ আয়ুক্ত |
|
5. |
মালদ্বীপৰ অসমাৰিক সেৱাৰ কৰ্মচাৰীসকলৰ সক্ষমতা বৃদ্ধিৰ লক্ষ্যৰে প্ৰশাসনিক সংস্কাৰ আৰু ৰাজহুৱা অভিযোগ বিভাগৰ ৰাষ্ট্ৰীয় সু–প্ৰশাসন কেন্দ্ৰ আৰু মালদ্বীপৰ অসামৰিক সেৱাৰ প্ৰশিক্ষণ আয়োগৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰ |
সঞ্জয় সুধীৰ, ভাৰতীয় ৰাষ্ট্ৰদূত |
ড০ এলী শ্বামীন, সভাপতি/অধ্যক্ষ মালদ্বীপৰ অসমাৰিক সেৱা |
|
6. |
ভাৰতীয় নৌ সেনা আৰু মালদ্বীপৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা বাহিনীৰ মাজত অসামৰিক জাহাজ চলাচল সম্পৰ্কীয় তথ্যৰ আদান–প্ৰদান সম্পৰ্কীয় বুজাবুজি চুক্তি স্বাক্ষৰ |
সঞ্জয় সুধীৰ, ভাৰতীয় ৰাষ্ট্ৰদূত |
ব্ৰিগেডিয়াৰ জেনেৰেল আব্দুল ৰহিম আব্দুল লতীফ, প্ৰতিৰক্ষা বাহিনীৰ উপ–মুৰব্বী |
ক্ৰ.নং | চুক্তি/ বুজাবুজি চুক্তিৰ নাম | ভাৰতীয় স্বাক্ষৰকাৰী | মালদ্বীপৰ স্বাক্ষৰকাৰী |
|---|
****
AKT/KP/DB