Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

হেনকক প্ৰস্পেক্টিং গ্ৰুপৰ কাৰ্যবাহী অধ্যক্ষা শ্ৰীমতী জিনা ৰাইনহাৰ্ট এঅ’-ৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

হেনকক প্ৰস্পেক্টিং গ্ৰুপৰ কাৰ্যবাহী অধ্যক্ষা শ্ৰীমতী জিনা ৰাইনহাৰ্ট এঅ’-ৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ২৩ মে’ত অষ্ট্ৰেলিয়াৰ ছিডনীত হেনকক প্ৰস্পেক্টিং গ্ৰুপৰ কাৰ্যবাহী অধ্যক্ষা শ্ৰীমতী জিনা ৰাইনহাৰ্ট এঅ’ক সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰীয়ে ভাৰতত গ্ৰহণ কৰা পৰিৱৰ্তনশীল সংস্কাৰ আৰু পদক্ষেপসমূহৰ ওপৰত আলোকপাত কৰে আৰু খনি আৰু খনিজ খণ্ডত প্ৰযুক্তি, বিনিয়োগ আৰু দক্ষতাৰ ক্ষেত্ৰত অংশীদাৰী ত্বৰান্বিত কৰিবলৈ তেওঁক আমন্ত্ৰণ জনায়।

*****