Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

এতিয়াৰে পৰা ১৩টা ভাষাত উপলব্ধ হ’ব পিএমইণ্ডিয়াৰ বহুভাষিক ৱেবছাইট


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰী ৱেবছাইট https://www.pmindia.gov.in ৰ অসমীয়া আৰু মণিপুৰী সংস্কৰণৰ আজি শুভাৰম্ভ কৰা হয়। দুয়োখন ৰাজ্যৰ নাগৰিকে কৰি অহা অনুৰোধৰ পৰিপ্ৰেক্ষিতত এতিয়াৰে পৰা অসমীয়া আৰু মণিপুৰী ভাষাত এই ৱেবছাইট চাব পাৰিব।

 আজি শুভাৰম্ভ হোৱা দুয়োটা সংস্কৰণক ধৰি পিএমইণ্ডিয়া ৱেবছাইট এতিয়াৰে পৰা ইংৰাজী আৰু হিন্দীৰ উপৰি অসমীয়া, বঙালী, গুজৰাটী, কান্নাড়া, মালায়ালম, মণিপুৰী, মাৰাঠী, ওড়িয়া, পঞ্জাৱী, তামিল আৰু তেলেগুসহ মুঠ ১১টা আঞ্চলিক ভাষাত উপলব্ধ হ’ব।

 এই ১১টা আঞ্চলিক ভাষাৰ ৱেবছাইট নিম্নোলিখিত লিংকৰ জৰিয়তে চাব পাৰিবঃ

 অসমীয়া: https://www.pmindia.gov.in/asm/

বঙালী: https://www.pmindia.gov.in/bn/

গুজৰাটী: https://www.pmindia.gov.in/gu/

কান্নাড়া: https://www.pmindia.gov.in/kn/

মাৰাঠী: https://www.pmindia.gov.in/mr/

মালায়ালম: https://www.pmindia.gov.in/ml/

মণিপুৰী: https://www.pmindia.gov.in/mni/

ওড়িয়া: https://www.pmindia.gov.in/ory/

পঞ্জাৱী: https://www.pmindia.gov.in/pa/

তামিল: https://www.pmindia.gov.in/ta/

তেলেগু: https://www.pmindia.gov.in/te/

 

এয়া প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ লোকসকলৰ সৈতে নিজা নিজা ভাষাত যোগসূত্ৰ ৰক্ষাৰ বাবে কৰি অহা প্ৰচেষ্টাৰে এক অংশ। ইয়াৰ জৰিয়তে দেশৰ সকলো ঠাইৰ লোকে প্রধানমন্ত্রীৰ সৈতে তেওঁলোকৰ কল্যাণ আৰু উন্নয়নৰ দিশত পাৰস্পৰিক যোগাযোগ বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে।

 

                                                           *****.

এ কে টি/এইচ এছ

`